Wednesday, January 6, 2016

হোটেল কেলিফৰ্নিয়া

হেমন্তদাৰ ৱালত ফটোখন দেখিলো, তলত ৰাইজৰ ইণ্টাৰেষ্টিং কমেণ্টবোৰো পালো। সকলো মিলাই নিজৰ পৰাও অলপ যোগ দি  আগবঢ়ালো.. 

(শেনৰ এজাত) 



অন এ আপাৰ আচাম হাইৱে, চুলিত চেঁচা বতাহ,
স্মে’ল অৱ মাড এণ্ড কাউডাং, ভৰ্তি মোৰ উশাহ;
আপ এহে’ড ইন এ ডিচটেন্স, দেখিলো এখন ধাবা,
মাই হাংগাৰ গ্ৰু হেভী, এণ্ড ... “দোস্তি কিবা খাবা?”
আই হেড টু ষ্টপ ফৰ এ হোৱাইল।

চাইন অন নগাধাৰি ৱাল,
আই হাৰ্ড দা ড্ৰাংকাৰ্ডচ শ্বাউট,
এণ্ড আই ৱাজ থিংকিং টু মাইচেল্ফ
“গাহৰি বা পাই নে নেপাই??”
বাইক ৰাখোতেই পোৱালী আহিল, এন্ড হি শ্বউড মি দা ৱে,
ভিতৰত মাতালৰ চিঞৰ বাখৰ
আই থট আই হাৰ্ড দেম চে,
ৱেলকাম টু দি হোটেল কেলিফৰ্নিয়া,
চাচ্ছ এ লাভলী প্লেচ, চাচ্ছ এ লাভলী প্লেচ
চাচ্ছ এ লাভলী ফেচ,
গাহৰি, কুকুৰা, মাল পাবাই ইয়াত,
এনিটাইম অফ দা ডে’, এনিটাইম অফ দা য়েৰ
ইউ কেন ফাইণ্ড ইট হিয়েৰ ...


তাৰ নাম ধনেশ্বৰ গগৈ, হি গ’ট চাম উডেন বেন্স,
থৰঙা চুলিয়া চাম কাষ্টমাৰচ, হি কলচ ফ্ৰেণ্ডচ।
কোনোবা মাটিত বাগৰে কিবাকিবি গান গাই,
শুনিলেই OMG, বুকটা ফাইট্যা যায়।

চ’ আই কলড আপ দা পোৱালী, প্লীজ ব্ৰিং মি চাম লাল,
গাহৰি, পিয়াজ ফ্ৰাই আৰু অলপ; ..জলকীয়া হ’লে ভাল।
এন্ড ষ্টিল দ’জ ভইচেচ আৰ কলিং ফ্ৰম ফাৰ এৱে’,
ফিটিং হৈ গলেও, এট দা মিদল অৱ দা নাইট,
ঘৰত থৈ আহিম আপোনাক,

ৱেলকাম টু দি হোটেল কেলিফৰ্নিয়া...
চাচ্ছ এ লাভলী প্লেচ, চাচ্ছ এ লাভলী প্লেচ
চাচ্ছ এ লাভলী ফেচ,
দে’ আৰ লিভিন ইট আপ এট দা হোটেল কেলিফৰ্নিয়া,
কি মজা ভাই, কি মজা বে,
আজি টেটু গুৰিলেকে খাম...


*CGI শ্বীট অন দা ৰুফ,
চাম মচুৰ ডাল অন ৰাইচ,* (হেমন্তদাৰ সৌজন্যত)
এণ্ড হি চেইড, একো নাই.. খতম, বাজিলে বাৰটা বাইছ।

ইন দা এন্ধাৰ কেবিন,
ৱি গেদাৰড ফৰ দা লাল,
ফিনিছড ইন এ স্প্লিট অৱ এ চেকেণ্ড,
চেইড- আৰু মাল লৈ আন।

লাষ্ট কেচটো মনত আছে, আই ৱাজ,
ভমিটিং ৱিথ vigor
ঘুৰি কেনেকে যাম এতিয়া,
টু দা প্লেচ আই কল মাই ঘৰ।
“চুপ” চেইড দা চকীদাৰ,
আমাৰ হোটেল এনেকুৱাই,
লুটি খাই পৰি থাক গোটেই ৰাতি;
বাট.. হাল্লা নকৰিবি ভাই !!!


টেৰেটেটে টেওওওওওওওওওওওওওওওওওও.....
টিৰিটিটি টিৰিটিটি টিৰিটিটি..ধেং ধেং ...............
টিৰিটিটি টিৰিটিটি . টিৰিটিটি ....ধাম ধাম...............

No comments:

Post a Comment