Showing posts with label পেৰডী. Show all posts
Showing posts with label পেৰডী. Show all posts

Thursday, February 18, 2016

ফকৰা-যোজনা ৰিমিক্সড

আমাৰ ফকৰা-যোজনা আৰু প্ৰবচনবোৰ আজিকালি আউটডেটেড হৈ যোৱা দেখি অলপ আপ টু ডেট কৰি দিলোঁ.. ৰাইজৰ কামত আহিলে শ্ৰম সাৰ্থক হব। 

১।মা-মছলা বেছিকে ঢালিবা, ভিনেগাৰেৰে মেৰিনেট কৰিবা,
তাপ কমাবা, সময় বঢ়াবা, চিকেন তন্দুৰীৰ সোৱাদ তেৱেসে পাবা।


২। প্ৰেচাৰ বুলি নেখায় লোণ, চাকনাত যায় তিনিগুণ

৩। মোবাইল চাবা গধুলি, লেপটপ চাবা পূৱা,
ফেচবুকতে ছোৱালী চাবা, কোন কেনেকুৱা


শ্বায়েৰী

ভেলেণ্টাইন ডে' কে পাৱন অৱচৰ পৰ, চভী প্ৰেমীয়োঁ, খেপাৰু ( য' অভি তক কোছিচ মে লগে হেঁ), ডুবাৰু (য প্যাৰ কৰকে ডুব গয়ে হেঁ), নহৰু (যিচকে মুঁহ কে গন্ধ চে কঈ পাচ নেহি আতা) কো, তহ-এ-দিল চে ইস্তখবাল কৰতে হুৱে, ঔৰ হালাত-এ-মকাম কি জৰুৰতোঁ কো মদ্দ-এ-নজৰ ৰখতে হুৱে, ............. য়ে নাচীঝ দোঁ পক্তিয়াঁ... পেইছ -এ-খিদমত... কৰনা চাহতে হেঁ। উম্মিদ-এ-দিল, পুকাৰ পুকাৰ কে কেহ ৰাহা হেঁ, মেৰে হুজুৰ-এ-আলা, মেৰে জান-ও-জিগৰ কে মালিক, মেৰে দিল-নচী, মেৰে প্যাৰে দোস্তোঁ কো য়েঁ পচণ্ড আয়েগা। আপকী মেহফিল-এ-তামাম মেঁ, মেৰে দৰ্দ -এ-মোহব্বত কে দো-চাৰ নগমেঁ এইচে হেঁ-

Wednesday, January 6, 2016

হোটেল কেলিফৰ্নিয়া

হেমন্তদাৰ ৱালত ফটোখন দেখিলো, তলত ৰাইজৰ ইণ্টাৰেষ্টিং কমেণ্টবোৰো পালো। সকলো মিলাই নিজৰ পৰাও অলপ যোগ দি  আগবঢ়ালো.. 

(শেনৰ এজাত) 



অন এ আপাৰ আচাম হাইৱে, চুলিত চেঁচা বতাহ,
স্মে’ল অৱ মাড এণ্ড কাউডাং, ভৰ্তি মোৰ উশাহ;
আপ এহে’ড ইন এ ডিচটেন্স, দেখিলো এখন ধাবা,
মাই হাংগাৰ গ্ৰু হেভী, এণ্ড ... “দোস্তি কিবা খাবা?”
আই হেড টু ষ্টপ ফৰ এ হোৱাইল।

॥॥॥॥ ফে'কলতা সেন ॥॥॥॥

মূল আইডিয়াঃ- Joy Deep Chakraborty  তাকে লৈ ৰাইজৰ বাহ বাহ লোৱাৰ প্ৰচেষ্টা:-


কবিঃ- ফেচবুকানন্দ দাশ!

অনেক বছৰ ধৰে আমি লাইক দিয়ে ছলেছি মেয়েদেৰ ফটোটে,
এঞ্জেল, প্ৰিন্সেচ, চুইটী, জুলি কিম্বা, নাঙেৰ প্ৰফাইলে।
অনেক কৰেছি আমি, প্ৰফাইল ফে'ক না হৱাৰ আশাতে,
ফটো দেখেই বৰ্ষণ কৰেছি ফ্ৰেণ্ড ৰিকুয়েষ্ট বা প'ক হঠাতে।
আমি ক্লান্ত ফেছবুকাৰ এক, চাৰিওদিকে টেগেৰ সমুদ্ৰেৰ ফেন,
আমাৰ ইনবক্সে হাই লিখে দুদণ্ড শান্তি দিয়েছিল, ফেছবুকেৰ ফে'ক-লতা সেন।


চুল তাৰ কবেকাৰ লৰিয়েলেৰ বিজ্ঞাপনেৰ ১০ চেকেণ্ডেৰ বই,
টাইমলাইনে চানী লিয়নেৰ উত্তেজনা; সমুদ্ৰতীৰে বিকিনি চেলফি,
পেপছিৰ ৰাগীতে আমি হাৰিয়েছি দিশা,
ফে'ক ৰিয়েলেৰ দোমোজাই যখন ভেবেছি আৰ একটা পেগ নেই,
তেমনি দেখছি ইনবক্সে এটি সুমধুৰ 'হাওজ য়া- হাই'
সবুজ ঘাঁসেৰ মতো গ্ৰীন লাইট জ্বালাই,... ফেচবুকেৰ ফে'কলতা সেন। 



সমস্ত যত্নৰ ফল যখন ভেবেছি বৃথা,
ইনবক্সেৰ সহস্ৰ মেছেজেৰ নেই ৰিপ্লাই,
পৃথিৱীৰ সব ৰংগ নিভে যাৱাৰ হয় আয়োজন,
তখন দেখেছি আমি আমাৰ চেলফিতে,
লাইক একটি পৰেছে আবাৰ, হচ্ছে একটি আশাৰ সঞ্চাৰ
ছাট কৰিবাৰ জন্য মুখোমোখি বসিবাৰ, ফেচবুকেৰ ফে'কলতা সেন।

Tuesday, October 28, 2014

ৱি ডিন্ট ষ্টাৰ্ট ডা ফায়াৰ

ৱি ডিন্ট ষ্টাৰ্ট ডা ফায়াৰ, ন’ ৱি ডিদন্ট লাইট ইট, বাট ৱি ট্ৰাইড টো ফাইট ইট,
ৱি ডিন্ট ষ্টাৰ্ট ডা ফায়াৰ ইট হেজ বিন অলৱেইজ বাৰ্ণিং চিন্‌চ ডা ৱৰ্ল্ড ইজ টাৰ্ণিং !!
তৰুন গগৈ, বিসম্বাদ, চাই বাবাৰ আশীৰ্বাদ,
পৰেশ বৰুৱা, চালফা, ইনকম টেক্স, প্ৰতিবাদ;
আইনাম, বিয়ানাম, বিদ্যুতৰ নাটনি,
এডিডাচ, বাইক ষ্টাণ্ট, অপহৰণ, ডাইনী
বেইজিং, ইব’লা, অবামা, আইচিচ,
দূৰ্নীতি, মিলিটেৰী, দ্ৰ’ন আৰু ব্ৰাহমচ,