Thursday, November 29, 2012

মোৰ প্ৰেমৰ গল্প



আজি লিখিমেই লিখিম, লিখিবই লাগিব, ......পিছে লিখোঁ  কি ? চাল্লা মগজটো গোবৰ হৈ গ’ল নেকি?  যিয়েই লিখো, অলপ জমনি টাইপ হবই লাগিব ..নহলে কোনেও নপঢ়ে... এনেই লাইক মাৰি থৈ দিব...অলপ ফাণ্ডাও ভৰাব লাগিব..এইচি বুলি কলেই হাইফাণ্ডা দুটামান দিব মন যায় চোন..কি কৰিম? বহুদিনীয়া হেবিট!!!! কিন্তু লিখো কি??

 ..........মহ,  মাখি, মজবুত??ধুৰ একেবাৰে ষ্টেৰিঅ'টাইপ হৈ যাব,..... টেঙা আম এবাৰ হে বেছিব পাৰি??

Hmmmmmmmmmm.......
 
বাদেই দিও নেকি? বাদ দিলে কিন্তু এই কেইটাই জীনা হাৰাম কৰি দিব...‌ফেচবুকলে অহা বন্ধ কৰি দিব! লেতেৰা গালি কেইটা বাৰু হজম কৰি লম। কিন্তু চেন্তি বোৰ..উসস..অসহ্য!!!! নাই নাই, এইচিয়ান ব্লগ, এইচিৰ ইজ্জতৰ কথাও আছে...., লিখিবই লাগিব। কিন্তু??????????

Hmmmmmmmmmmmmm……..